Tuesday, January 7, 2020

TUMI FAGUN Lyrics | SUKMONI DEWRI | TRION MAHANTA | ASSAMESE ROMANTIC SONG 2020

"TUMI FAGUN Lyrics" 

This song sung by Sukmoni Dewri Music Composed & Produced Trion Mahanta and lyrics credit goes to Kallul Kashyap Mahanta

কপাহী ফাগুনে
উৰুৱাই নিয়েহি
অালসুৱা প্ৰেমৰে ৰং

অ...মায়াৰ কিৰণ
বিয়পি পৰিছে
ভালপোৱাৰেই সমীৰণ

তল সৰা শেৱালী
বুটলি বুটলি
নিয়ৰৰ টোপালবোৰ
গছকি গছকি
(অাহিছাঁ তুমি
মন মালিনী)-2

কলিজাৰে কোণত
বৈ অাছা তুমি এখনি
নৈ হৈ..

কুঁৱলিৰ ফাঁকেৰে
তুমি আহি চোৱা
আজি মোক গোপনে

অ..শুকুলা পাখি মেলি
নামি আহা বুকুলে

অ....দুচকুৰ নীলাখিনিত
বিচাৰি মৰম এধানী

কপাহি ........ৰং

TUMI FAGUN VIDEO